Rural Homestay: প্ৰতিষ্ঠা আৰু প্ৰসাৰৰ ক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান(ASRLM)ৰ এক সুকীয়া প্ৰচেষ্টা
Assam State Rural Livelihood Mission (ASRLM) ৰ দূৰদৰ্শী নেতৃত্বত, অসমৰ অন্যান্য জিলাৰ দৰে শোনিতপুৰ জিলাতো Rural Homestay প্ৰচাৰ অৰু প্ৰতিষ্ঠাৰ বাবে এই পদক্ষেপ লোৱা হৈছিল। প্ৰাথমিক উদ্দেশ্য আছিল অঞ্চলটোত পৰ্যটন বৃদ্ধি কৰা আৰু একে সময়তে স্থানীয় সম্প্ৰদায়ক শক্তিশালী কৰা আৰু বহনক্ষম জীৱিকাৰ সুযোগ প্ৰদান কৰা। বালিপৰা উন্নয়ন খণ্ডৰ, চিলনি গাঁও পঞ্চায়তত এই পৰিৱৰ্তনশীল প্ৰকল্পটো আৰম্ভ …